New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/earthquake-alfa.jpg)
প্ৰতীকি ফটো
- ভূমিকম্পই জোঁকাৰি গ'ল অৰুণাচলপ্ৰদেশ।
- ৰাজ্যখনৰ চাংলাঙত অনুভূত হয় ভূমিকম্পন।
- ৪.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় চাংলাঙত।
- সন্ধিয়া প্ৰায় ৫.৩৫ বজাত ভূমিকম্পই জোঁকাৰি যায় অৰুণাচলপ্ৰদেশ।
- এতিয়ালৈকে কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।
প্ৰতীকি ফটো