New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtETweNXgAUPfJ9.jpg)
- মধ্যপ্ৰদেশৰ ভিন্দ ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত গুলীবৰ্ষৰ ঘটনা।
- গুলীবৰ্ষণৰ বাবে বন্ধ হৈ আছে ভোটদান।
- কোনো অজ্ঞাত লোকে সংঘটিত কৰে এই কাণ্ড।
- পুৱা ১১.৪৫ বজালৈকে ৰাজ্যখনত ভোটদানৰ হাৰ ২১.৬৭ শতাংশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtD-EcXoAAi0DS.jpg)
- ১০০তকৈও অধিক ই ভি এম বিকল হৈছে ৰাজ্যখনত।
- ই ভি এম বিকল হোৱাক লৈ অসন্তুষ্টি ব্যক্ত কংগ্ৰেছৰ।
- মিজোৰামত এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtDv6dtWoAA4uj6.jpg)
- আজি মধ্যপ্ৰদেশৰ ২৩০খন আৰু মিজোৰাম ৪০খন আসনৰ বাবে হৈছে নিৰ্বাচন।
- কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশৰ ভোটাৰক হিলদল ভাঙি আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে।
- টুইটাৰযোগে এই আহ্বান ৰাহুল গান্ধীৰ।
- পুৱা ভাগতে কংগ্ৰেছ নেতা কমল নাথেও ভোটদান কৰে ছিন্দৱাৰাত।
- মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ দাবী- এইবাৰো ৰাজ্যখনত বিজেপিয়ে গঠন কৰিব চৰকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DtD54X2W0AEe9Am.jpg)