উত্তৰ-পূব মুখ্য-পৃষ্ঠা ৩১ মে’লৈ বৃদ্ধি লকডাউন! ৩১ মে’লৈ বৃদ্ধি লকডাউন! asomiyapratidin 15 May 2020 20:28 IST Follow UsNew Update৩১ মে'লৈ বৃদ্ধি লকডাউন।১৭ মে'ত অন্ত পৰাৰ কথা আছিল সমগ্ৰ দেশজুৰি লকডাউন।তাৰ পূৰ্বেই ল'লে এখন ৰাজ্যই এই সিদ্ধান্ত।মিজোৰামত ৩১ মে' লৈকে বৃদ্ধি কৰা হৈছে লকডাউন।অসমৰ মুখ্যমন্ত্ৰীয়েও কেন্দ্ৰক আৰু ২ সপ্তাহ লকডাউন বৃদ্ধিৰ বাবে অনুৰোধ জনাইছে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক