মিজোৰাম, মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন

মিজোৰাম, মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন

author-image
asomiyapratidin
New Update
মিজোৰাম, মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন

প্ৰতীকি ফটো

  • মিজোৰাম আৰু মধ্য প্ৰদেশত আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন।
  • সন্ধিয়া ৬ বজাৰ পিছত দুয়োখন ৰাজ্যত চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ।
  • বুধবাৰে মিজোৰামত হ'ব ভোটগ্ৰহণ, একেদিনাই মধ্য প্ৰদেশতো হব ভোটগ্ৰহণ ।
  • আগন্তুক নিৰ্বাচনক লৈ ৰাজ্য দুখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।