New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/itanagar-16.jpg)
- চুবুৰীয়া অৰুণাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন।
- ইটানগৰত সংঘটিত হৈছে এই ঘটনা।
- ভূমিস্খলনত এটা পৰিয়ালৰে ৪ জন লোক আবদ্ধ।
- ৪ জনকে উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান।
- উদ্ধাৰ হৈছে পৰিয়ালটোৰ এজনৰ মৃতদেহ।
- আন এটি শিশুক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি।
- এতিয়াও উদ্ধাৰ হোৱা নাই আন দুজনৰ মৃতদেহ।
ক্লিক কৰি পঢ়কঃ লুডুখেলক কেন্দ্ৰ কৰিয়েই বিয়াৰ ৰভাতলীত হত্যা এজনক…