New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/D0GgcDZVYAE_Fs0.jpg)
- হিমাচল প্ৰদেশৰ চিমলাত ভূমিস্খলন।
- চিমলাৰ ৰামপুৰৰ ৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভূমিস্খলন।
- নিশাৰ বৰষুণৰ পিছতে সংঘটিত হয় ভূমিস্খলন।
- ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্থ ৩ খনকৈ বাহন।
- আনহাতে ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ যান জঁটৰ সৃষ্টি।
- চলাই থকা হৈছে চাফাই অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us