New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-25.jpg)
- মেঘালয়ত অব্যাহত আছে ভূমিস্খলন।
- মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত পুনৰ সংঘটিত হৈছে ভূমিস্খলন।
- ছিজুৰ ওচৰৰ ৰংডং নামৰ ঠাইত এই ভূমিস্খলনৰ ঘটনা।
- ভূমিস্খলনৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্য।
- ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাৰ সন্দেহ।
- এখন তামুলৰ বাৰী খহি পৰিল মাটিৰ লগত।
- ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও সৃষ্টি হৈছে তীব্ৰ শংকা।