New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/om-nscn.jpg)
- অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান।
- অৰুণাচলৰ নুন'গু গাৱত শনিবাৰে পুৱতি নিশাৰে পৰা চলিছিল এই অভিযান।
- ৬জনকৈ এন এছ চি এন- আই এমৰ সশস্ত্ৰ কেডাৰ নিহত।
- ইফালে সংঘৰ্ষত আহত হৈছে অসম ৰাইফলছৰ এগৰাকী জোৱান।
- জব্দ কৰা হৈছে বৃহত পৰিমাণৰ মাৰণাস্ত্ৰ।
- ৪টা একে৪৭ আৰু ২টা চীনা অত্যাধুনিক পিষ্টল জব্দ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us