আই এছ এলঃ শ্বিলঙৰ পাইনউড হোটেলত উপস্থিত নীতা আম্বানী

আই এছ এলঃ শ্বিলঙৰ পাইনউড হোটেলত উপস্থিত নীতা আম্বানী

author-image
asomiyapratidin
New Update
আই এছ এলঃ শ্বিলঙৰ পাইনউড হোটেলত উপস্থিত নীতা আম্বানী

  • সমগ্ৰ দেশজুৰি দেখিবলৈ পোৱা গৈছে আই এছ এলৰ উন্মাদনা।
  • সোমবাৰে মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হ'ব আই এছ এল পঞ্চম সংস্কৰণৰ তৃতীয়খন খেল।
  • আই এছ এলৰ সৈতে জড়িত বহু লোক আহি উপস্থিত হৈছেহি গুৱাহাটীত।
  • শ্বিলঙৰ পাইনউড হোটেলত উপস্থিত আই এছ এলৰ অধ্যক্ষা নীতা আম্বানী।
  • ইফালে, নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ স্বত্বাধিকাৰ জন আব্ৰাহমক দেখা গ'ল কনৰাড চাংমাৰ সৈতে আলোচনাত।