New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/BJP_Star_campaigner_for_Chhattisgarh_election_File_Pic__1540293836.jpg)
প্ৰতিকী ফটো
- ক্ৰমান্বয়ে বিজেপিৰ প্ৰতি মোহভংগ হৈছে মিত্ৰদল সমূহৰ।
- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো প্ৰতিবাদ।
- বিধেয়কখন শীঘ্ৰে বাতিল নকৰিলে ত্ৰিপুৰাতো বিজেপিৰ সংগ এৰাৰ হুংকাৰ আই পি এফ টিৰ।
- ত্ৰিপুৰাৰ এই আঞ্চলিক দলৰ নেতৃত্বই জনালে এই কথা।
- বৰ্তমান ত্ৰিপুৰাত শাসনত থকা বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে আছে আই পি এফ টি।
- ইণ্ডিজেনাছ পিপুলছ ফ্ৰন্ট অৱ ত্ৰিপুৰাৰ আছে ৮জনকৈ বিধায়ক।