New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/8addd05f-cb26-4ecb-af8f-f6f822d82675.jpg)
- অৰুণাচলৰ পাছিঘাটত Indigenous Faith Day উদযাপন।
- দঞি পল খুম কো মন্দিৰৰ ভূমি পূজন৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/4caffc8a-3c75-45f0-a1ba-8901bbda2f18-1024x768.jpg)
- ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, পূৰ্বৰ ৰাষ্ট্ৰীয় উপ নিৰাপত্তা উপদেষ্টা অৰবিন্দ গুপ্তাৰ লগতে কেইবাগৰাকী দেশ-বিদেশৰ ধৰ্ম গুৰু উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/d60b326d-e095-4803-9464-97ab282cba50-1024x768.jpg)
- উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ আপাতানি, আদি, নিছি আদি জনগোষ্ঠীয়ে দঞি পলক উপাস্য দেৱতা হিচাবে জ্ঞান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/bfde829c-04b8-42bc-b3ca-7e541fc2b238-1024x768.jpg)
- তালম ৰুক বক দঞি পল উপসনা পদ্ধতিৰ ধৰ্ম গুৰুৰ মান্যতা প্ৰদান কৰা হৈছে।
- তেওঁৱে অৰুণাচলবাসীক ঈশ্বৰ উপসনাৰ পথ দিলে বুলি বিশ্বাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/0622e6c5-797f-4872-b6af-d5f606603f45-1024x768.jpg)
- এই জনা ধৰ্ম গুৰুৰ জন্মদিন পাছিঘাটত Indigenous Faith Day হিচাবে উদযাপন কৰা হয়।