অৰুণাচলপ্ৰদেশৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান… VIDEO

অৰুণাচলপ্ৰদেশৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান… VIDEO

author-image
asomiyapratidin
New Update
অৰুণাচলপ্ৰদেশৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান… VIDEO

  • বুধবাৰে অৰুণাচলপ্ৰদেশৰ বিজয়নগৰত অৱতৰণ কৰা হ'ল ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান।
  • বিজয়নগৰৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত অৱতৰণ কৰা হয় বিমানখন।
  • ভাৰত-চীন সীমান্তৰ ওচৰতে অৱস্থিত এই এডভান্স লেণ্ডিং গ্ৰাউণ্ড।


— ANI (@ANI) September 18, 2019

  • উল্লেখ্য যে, ৰাজ্যখনত আছে মুঠ ৮খনকৈ এনেধৰণৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড।
  • ভাৰতীয় সেনা বাহিনীৰ আন্তঃগাঁথনি আৰু অধিক মজবুত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে এই লেণ্ডিং গ্ৰাউণ্ড।