New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/bomb-blast_630_630.jpg)
প্ৰতীকি ফটো
- পশ্চিম ইম্ফলত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণ।
- পশ্চিম ইম্ফলৰ থাংমেবেন্দ হিজাম দিৱান লেকাই অঞ্চলৰ এটা জীমৰ সমীপত এই বিস্ফোৰণ।
- মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই বিস্ফোৰণ।
- বিস্ফোৰণত গুৰুতৰভাৱে আহত ৩জনকৈ লোক।
- আহত আটাইকেইজনকে স্থানীয় হাস্পতালত ভৰ্তি।
- আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।