New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/EIlXUk0UcAIaKTz.jpg)
- মণিপুৰৰ ইম্ফলত আইইডি বিস্ফোৰণ।
- মঙলবাৰে পুৱা ইম্ফলৰ ঠেঙাল বজাৰত সংঘটিত হয় এই বিস্ফোৰণ।
- বিস্ফোৰণত আহত ৪ গৰাকী আৰক্ষী কৰ্মী।
- এগৰাকী সাধাৰণ নাগৰিকো আহত হৈছে বিস্ফোৰণত।
- আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
- বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us