New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/EIlXUk0UcAIaKTz.jpg)
- মণিপুৰৰ ইম্ফলৰ ঠেঙাল বজাৰত আইইডি বিস্ফোৰণৰ লোমহৰ্ষক দৃশ্য।
- চিচি টিভি কেমেৰাত বন্দী হ'ল বিস্ফোৰণৰ এই দৃশ্য।
- মঙলবাৰে পুৱা সংঘটিত হৈছিল এটা আইইডি বিস্ফোৰণ।
- বিস্ফোৰণত ৪ আৰক্ষী কৰ্মী আৰু ১ জন সাধাৰণ নাগৰিক আহত।
- বিস্ফোৰণৰ পিছতে ঠেঙাল বজাৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
- ঘটনাৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
- বিস্ফোৰণ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
- চাওঁক বিস্ফোৰণৰ সেই শিহৰণকাৰী দৃশ্য-
#WATCH CCTV footage of the IED (Improvised explosive device) blast at Thangal Bazar in Imphal today; 4 policemen and 1 civilian injured #Manipurpic.twitter.com/a4OecynFxF
— ANI (@ANI) November 5, 2019