উত্তৰ-পূব মুখ্য-পৃষ্ঠা মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান asomiyapratidin 22 Nov 2019 18:36 IST Follow UsNew Updateমণিপুৰত গ্ৰেণেড নিক্ষেপ।মণিপুৰ বিধানসভা ভৱনৰ ওচৰতে থকা থাংমেইবেণ্ড ক্লাৱৰ সমীপত কোনো লোকে গ্ৰেণেড নিক্ষেপ কৰিছে।ইম্ফল জিলাত নিক্ষেপ কৰা গ্ৰেণেডটো হস্ত নিৰ্মিত বুলি জানিব পৰা গৈছে।এই ঘটনাত আহত হৈছে দুজন চিআৰপিএফ জোৱান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক