সলনি হ’ল কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল, পঢ়ক এই খবৰ

সলনি হ’ল কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল, পঢ়ক এই খবৰ

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ সালসলনি কৰা হৈছে।
  • উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আনন্দিবেন পেটেলক।
  • পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি জগদ্বীপ ধানখাৰক।
  • ৰমেশ বাইছক নিযুক্তি ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে।
  • মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাল জি টেণ্ডনক।
  • বিহাৰৰ ৰাজ্যপাল হিচাপে ফাগু চৌহানক নিযুক্ত।
  • ইফালে আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে।