New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
- ১৪ দিনৰ বাবে মেঘালত প্ৰবেশ কৰিব নোৱাৰিব কোনো লোক ।
- মেঘালয়ৰ পৰা ঘূৰি আহিছে শ শ অসমৰ শ্ৰমিক ।
- মেঘালয়ৰ বিভিন্ন স্থানত থকা কয়লা খনি আৰু নিৰ্মান প্ৰতিষ্ঠানত কাম কৰি আছিল শ্ৰমিক সকল ।
- কোভিডৰ পৰিস্থিতিৰ বাবে কঠোৰ হৈছে মেঘালয় চৰকাৰ ।
- উল্লেখযোগ্য যে মেঘালয়ৰ পৰা অহা কোনো শ্ৰমিকক বৰ্তমানলৈ কোনো কোভিড পৰীক্ষা নকৰাৰ বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us