প্ৰতীকি ফটো
Published on:
Updated on:
- শুকুৰবাৰে গোৱাত সংঘটিত হ'ল এক শোকাৱহ ঘটনা।
- নগালেণ্ডৰ এজন ২১ বছৰীয়া যুৱকৰ সলিল সমাধি।
- কালাংগুটে বিচ্চত সলিল সমাধি যুৱকজনৰ।
- ঘটনাস্থলীত উপস্থিত আৰক্ষী।
- আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰে বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।
- এই মৃত্যু স্বাভাৱিক নহয় বুলি আৰক্ষীৰ সন্দেহ।
- কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
- আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in