উত্তৰ-পূব মুখ্য-পৃষ্ঠা নাগালেণ্ডত নতুনকৈ ৪ জনৰ দেহত কোভিড-১৯… নাগালেণ্ডত নতুনকৈ ৪ জনৰ দেহত কোভিড-১৯… asomiyapratidin 03 Jul 2020 10:19 IST Follow UsNew Updateনাগালেণ্ডত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৪জন লোক।ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই তথ্য সদৰি কৰিছে।নাগালেণ্ডত কোৰোনা ৰোগীৰ সংখ্যা ৫৩৯ গৰাকীলৈ বৃদ্ধি পাইছে।ইয়াৰে ৩৪২ গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে।আনহাতে ১৯৭ গৰাকী সুস্থ হৈছে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক