উত্তৰ-পূব মুখ্য-পৃষ্ঠা অসম ৰাইফলছৰ অভিযানত ৪ জন বিদ্ৰোহীক আটকঃ জব্দ বহু অস্ত্ৰ-শস্ত্ৰ… অসম ৰাইফলছৰ অভিযানত ৪ জন বিদ্ৰোহীক আটকঃ জব্দ বহু অস্ত্ৰ-শস্ত্ৰ… asomiyapratidin 05 Feb 2022 23:28 IST Follow UsNew Updateঅসম ৰাইফলছৰ সফলতা। অসম ৰাইফলছৰ অভিযানত আটক ৪ জন বিদ্ৰোহী। বিভিন্ন বিদ্ৰোহী গোটৰ সদস্যকেইজনক পূব ইম্ফল আৰু পশ্চিম ইম্ফলৰ পৰা আটক কৰিছে। আটকাধীন বিদ্ৰোহী কেইজনৰ পৰা জব্দ কৰিছে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক