উত্তৰ-পূব গোলকগঞ্জৰ প্ৰাক্তন আলফা নেতা গুলীৱিদ্ধ… গোলকগঞ্জৰ প্ৰাক্তন আলফা নেতা গুলীৱিদ্ধ… asomiyapratidin 20 Apr 2022 09:31 IST Follow UsNew Updateগোলকগঞ্জৰ জিনকাটাত গুলীচালনাৰ ঘটনা।প্ৰাক্তন আলফা নেতালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী।সুভাষ বৰ্মন নামৰ আলফা নেতাগৰাকীৰ হাতত লাগে গুলী।দুৰ্বৃত্তই লৈ যায় বৰ্মনৰ বাইকখনো।ধনৰ লেন-দেনৰ বাবেই গুলীচালনা দুৰ্বৃত্তৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক