New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4K7sKjXkAAnbwf.jpg)
- অৰুণাচল প্ৰদেশৰ তেজুত ভয়ংকৰ অগ্নিকাণ্ড।
- তেজুৰ গান্ধী মাৰ্কেটত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত সম্পূৰ্ণৰূপেে ভস্মীভূত ৭টা বাসগৃহৰ লগতে ১২ খন দোকান।
- অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে ২ জন লোক।
- ৩ ঘন্টা ধৰি প্ৰচেষ্টাৰ অনন্ত ইন্দো-তিবেটান সীমান্ত আৰক্ষীয়ে নিৰ্বাপন কৰে জুই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us