প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভাতৃ-পত্নীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভাতৃ-পত্নীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

  • চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে নাবাম হাৰি আৰু নাবাম মেৰিক।
  • দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দুয়োকে।
  • নাবাম হাৰি হ'ল অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীৰ ভাতৃ।
  • নাবাম মেৰি হৈছে নাবাম হাৰিৰ পত্নী।
  • চৰকাৰী আঁচনি ৰূপায়নৰ নামত দুুয়োৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ।
  • এই অভিযোগত গ্ৰেপ্তাৰ কৰিছে অৰুণাচলৰ এজন গড়কাপ্তানি বিভাগৰ বিষয়াকো।
  • তিনিওকে গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে।