Published on:
Updated on:
- কংগ্ৰেছত পুনৰ মুখ্যম আঘাত।
- এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৩ জনকৈ বিধায়কে কংগ্ৰেছ ত্যাগ কৰিব মেঘালয়ত।
- মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১৪ জনকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ।
- কংগ্ৰেছ ত্যাগ কৰি এই আটাইকেইজনে যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
- বিগত কেইটামান দিনত তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে সৈতে যোগাযোগ অব্যাহত ৰাখিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমায়।
- আগন্তুক দুই-এদিনতে কংগ্ৰেছ ত্যাগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মুঠ ১৪ জন বিধায়কে যোগদান কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in