প্ৰতীকি ফটো
Published on:
Updated on:
- বুধবাৰে নগালেণ্ডৰ চুমুকেডিমা কঁপাই গ'ল ভূমিকম্পই।
- চুমুকেডিমাত অনুভূত হয় ২.৭ প্ৰাবল্যৰ ভূমিকম্প।
- প্ৰায় ৩.৫৩ বজাত অনুভূত হয় ভূমিকম্প।
- অৱশ্যে কোনো ক্ষয়ক্ষতি হোৱা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in