New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/EARTHQUAKE-IN-MIZORAM-ON-22-JUNE-2020.jpg)
- ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল মিজোৰাম।
- ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৫.৫।
- পুৱা ৪.১০ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।
- নেশ্যনেল চেন্টাৰ ফৰ ছিছম'লজিয়ে এই তথ্য সদৰি কৰিছে।
- ইফালে মিজোৰামৰ ভূমিকম্পৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে ফোন কৰে মুখ্যমন্ত্ৰীলৈ।
- মুখ্যমন্ত্ৰী জোৰাম থাংগালৈ ফোন কৰি ক্ষয় ক্ষতিৰ খবৰ লয় প্ৰধানমন্ত্ৰীয়ে।
- লগতে প্ৰয়োজনীয় সকলো সহায় কৰাৰ আশ্বাসো দিয়ে।