উত্তৰ-পূব মুখ্য-পৃষ্ঠা ভূমিকম্পই জোঁকাৰি গ’ল মণিপুৰ… ভূমিকম্পই জোঁকাৰি গ’ল মণিপুৰ… asomiyapratidin 14 Sep 2021 18:48 IST Follow UsNew Updateপ্ৰতীকি ফটো মঙলবাৰে ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ।ৰাজ্যখনৰ মৈৰাঙত অনুভূত হয় ৪.১ প্ৰাবল্যৰ ভূমিকম্পন।সন্ধিয়া প্ৰায় ৪.১০ বজাত অনুভূত হয় জোঁকাৰণি।এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই ভূমিকম্পৰ ফলত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক