পুৱাই ভূমিকম্প

পুৱাই ভূমিকম্প

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • দেওবাৰে পুৱাই অনুভূত হ'ল ভূমিকস্প।
  • ৰিখতাৰ স্কেলত এই ভূমিকস্পৰ প্ৰাবল্য আছিল ৪.২।
  • পুৱা ১০.১৯ বজাত অনুভূত হৈছিল জোকাৰণি।
  • মণিপুৰৰ সেনাপতিত এই ভূমিকস্পৰ জোকাৰণি হৈছিল।
  • এতিয়ালৈকে অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি।