New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/earthwuick.jpg)
- পুৱাই অৰুণাচল প্ৰদেশত ভূমিকম্পৰ ফলত কম্পন অনুভৱ।
- ৰাজ্যখনত শনিবাৰে পুৱা ৰিখটাৰ স্কেলত ৪.১ প্ৰাবল্যৰ কম্পন ঘনিভূত হৈছে।
- প্ৰদেশখনৰ বাছাৰ অঞ্চল আছিল এই ভূমিকম্পৰ উপত্তি স্থল।
- পুৱা প্ৰায় ১০-১৫ বজাত ঘনিভূত হয় ভূমিকম্প।
- মাত্ৰ কেইটামান দিনৰ ভিতৰতে প্ৰদেশখনত এইটো দ্বিতীয়টো কম্পন।
- ছেপ্টেম্বৰ মাহটোত ৰাজ্যখনত মুঠ ৭ বাৰ ভূমিকম্প আহিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us