৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল

৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল

author-image
asomiyapratidin
New Update
৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল

  • অৰুণাচল প্ৰদেশত ভূমিকম্পৰ জোকাৰণি।
  • আবেলি ৪.৫১ বজাত অৰুণাচলৰ চাংলাং জিলাত অনুভূত হয় ভূমিকম্প।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.০।
  • এতিয়ালৈ কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।