আছাম ৰাইফলছৰ সফলতাঃ ৫০০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ…

আছাম ৰাইফলছৰ সফলতাঃ ৫০০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ…

author-image
asomiyapratidin
New Update
আছাম ৰাইফলছৰ সফলতাঃ ৫০০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ…

ডিজিটেল ডেস্কঃ আছাম ৰাইফলছৰ এক অভিযানত প্ৰায় ৫০০ কোটি টকাৰ ড্ৰাগছৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ম্যানমাৰমূলৰ এই ড্ৰাগছ সৰবৰাহকাৰীক মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেহৰ আছাম ৰাইফলছৰ মোৰেহ বেটেলিয়নে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Advertisment

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আছাম ৰাইফলছৰ পৰা কোৱা হৈছে যে, জব্দ কৃত ড্ৰাগছ জাতিয় ঔষধবোৰৰ আনুমানিক বজাৰ মূল্য ৫০০ কোটিৰো অধিক। এই নিচাজাতীয় দ্ৰব্যখিনিৰ মাজত আছে ৫৪ কিলোগ্ৰাম ব্ৰাউন চুগাৰ আৰু ১৫৪ কিলোগ্ৰাম মেথাম্ফেটামিন।

উল্লেখ্য যে, ম্যানমাৰত বাহৰ পাতি থকা সন্ত্ৰাসবাদী গোট সমূহৰ বাবে বৰ্তমান ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য ধন আহৰণৰ মুখ্য উৎস হৈ পৰিছে।