New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/drugs.jpg)
- অসম ৰাইফলছৰ সফলতা।
- এক অভিযানত জব্দ কৰিছে ড্ৰাগছ।
- মিজোৰামৰ চাম্ফাই জিলাৰ পৰা জব্দ কৰিছে ড্ৰাগছখিনি।
- জিলাখনৰ ভেংলাই গাঁৱৰ পৰা মুঠ ৭৫১.২ গ্ৰাম হেৰোইন জব্দ কৰিছে।
- আনহাতে ড্ৰাগছ সৰবৰাহৰ অপৰাধত আটক কৰিছে এজনক।
- আটকাধীন লোকজনক আৰক্ষীৰ হাতত গতাই দিছে অসম ৰাইফলছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us