New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/6ad88c59-147e-4b5f-82d9-b0f90918e8f2.jpg)
- ডিমাপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
- নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে কমিটিৰ 'কা' বিৰোধী প্ৰতিবাদ।
- নাগৰিকত্ব সংশোধনী আইনৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰো বিৰোধিতা কৰে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
- এই প্ৰতিবাদী কাৰ্যসূচীত বহু লোকে অংশ লয়।
- প্ৰতিবাদৰ সময়চোৱাত গঢ়ি তোলা হয় কঠোৰ নিৰাপত্তা বেষ্টনী।
- নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কে থেৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি 'কা' কোনো কাৰণতে গ্ৰহণ নকৰে বুলি মন্তব্য কৰে।