ডিমাপুৰত গুলীবৰ্ষণঃ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ জন..

ডিমাপুৰত গুলীবৰ্ষণঃ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ জন..

author-image
asomiyapratidin
New Update
ডিমাপুৰত গুলীবৰ্ষণঃ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ জন..

  • নাগালেণ্ডৰ ডিমাপুৰত এন এছ চি এন (নিকি)ৰ প্ৰচণ্ড গুলীবৰ্ষণ।
  • ডিমাপুৰৰ নেপালী বস্তি, ৰেছিডেন্ট কলনী আৰু নতুন বস্তিত গুলিবৰ্ষণ।
  • গুলীবৰ্ষণ কৰা তিনি এন এছ চি এন (নিকি)ৰ কেডাৰক আটক কৰিছে ডিমাপুৰৰ আৰক্ষীয়ে।
  • ডিমাপুৰ আৰক্ষী থানাত ১০০২১ আৰু ১০১২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে তিনি উগ্ৰপন্থীক।
  • অভিযানত বৃহৎ সংখ্যক মাৰণাস্ত্ৰ, নগদ ১ লাখ ৮০ হাজাৰ টকা আৰু এখন বলেৰ' উদ্ধাৰ কৰে আৰক্ষীয়ে।
  • আটক এন এছ চি এন (নিকি)ৰ কেডাৰ নিকাট' পিলট চুমি, আৱাংগ কন্যাক, আৱহকৈ কন্যাক।