উত্তৰ-পূব ত্ৰিপুৰাত ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা বিএছএফ জোৱানৰ… ত্ৰিপুৰাত ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা বিএছএফ জোৱানৰ… asomiyapratidin 25 May 2019 14:44 IST Follow UsNew Updateপ্ৰতীকি ফটো ত্ৰিপুৰাত বিএছএফ জোৱানৰ আত্মহত্যা।৫০বছৰীয়া অশ্বীনি কুমাৰে ছাৰ্ভিচ ৰাইফলেৰে আত্মহত্যা কৰে।ধালাইৰ পঞ্চৰত্ন এলেকাত সংঘটিত হয় এই ঘটনা।ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে মৃতদেহ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক