উত্তৰ-পূব নিশা ১০ বজাৰ পৰা শ্বিলঙত জাৰি কৰা হ’ব সান্ধ্য আইন… নিশা ১০ বজাৰ পৰা শ্বিলঙত জাৰি কৰা হ’ব সান্ধ্য আইন… asomiyapratidin 07 Mar 2020 21:07 IST Follow UsNew Updateশ্বিলং আৰু চুবুৰীয়া এলেকাসমূহত শনিবাৰে নিশা ১০ বজাৰ পৰা জাৰি কৰা হ'ব সান্ধ্য আইন।দেওবাৰৰ পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি ৰখা হ'ব ।লাহে লাহে স্বাভাৱিক হ'বলৈ ধৰিছে পৰিস্থিতি।প্রশাসন-আৰক্ষীয়ে শ্বিলং আৰু কাষৰীয়া এলেকাহসমূহত ৰাখিছে নজৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক