New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agrani-batori.jpg)
- শ্বিলঙত অব্যাহত সান্ধ্য আইন।
- শ্বিলঙত বৃহস্পতিবাৰৰ পুৱা ৬ বজালৈ বাহাল থাকিব সান্ধ্য আইন।
- ইফালে, মেঘালয়ৰ ছোহৰা আৰু শ্বেলা এলেকাত সান্ধ্য আইন জাৰি ৰখা হৈছে বৃহস্পতিবাৰৰ পুৱা ৮ বজালৈ।
- বৰ্তমান কিছু স্বাভাৱিক হৈছে ৰাজ্যখনৰ পৰিস্থিতি।
- মেঘালয় আৰক্ষীয়ে সদৰী কৰে এই কথা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us