/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/corona-virus-1-hour-1-1.jpg)
সময়ঃ ১২ মে'ৰ বিয়লি ১ বজালৈকে
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪,২৬৮,৪৯০
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২৮৭,৪৬৩
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৮১,৭৯৫
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত১,৩৮৫,৮৩৪
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
- আমেৰিকাঃ ৮১,৭৯৫ জন।
- স্পেইনঃ ২৬,৭৫৫ জন।
- ইটালীঃ ৩০,৭৩৯ জন।
- ফ্ৰান্সঃ ২৬,৬৪৫ জন।
- চীনঃ ৪,৬৩৩ জন।
- ইৰাণঃ ৬,৬৮৫ জন।
- ইংলেণ্ডঃ ৩২,০৬৫ জন।
- বাংলাদেশঃ ২৩৯ জন।
- পাকিস্তানঃ ৭০৬ জন।
- নেপালঃ ০ জন।
- ৰাছিয়াঃ ২,১১৬ জন।
- গ্ৰীচঃ ১৫১ জন।
- জাপানঃ ৬৩৩ জন।
- ভাৰতঃ ২,২৯৪জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৭১,৩৩৩জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২,৩১০জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
- অসমঃ ৬৪
- মহাৰাষ্ট্ৰঃ ২৩,৪০১
- গুজৰাটঃ ৮,৫৪২
- দিল্লীঃ ৭,৬৩৯
- মধ্যপ্ৰদেশঃ ৩,৭৮৫
- ৰাজস্থানঃ ৪,০৩৫
- তামিলনাডুঃ ৮,০০২
- উত্তৰপ্ৰদেশঃ ৩,৫৭৩
- অন্ধ্ৰপ্ৰদেশঃ ২,০৫১
- তেলেংগানাঃ ১,২৭৫
- পশ্চিমবংগঃ ২,০৬৩
- জম্মু-কাশ্মীৰঃ ৮৭৯
- কৰ্ণাটকঃ ৯০৪
- পঞ্জাৱঃ ১,৬৭৮
- কেৰালাঃ ৫২০
- বিহাৰঃ ৭৬১
- হাৰিয়ানাঃ ৭৩০
- উত্তৰাখণ্ডঃ ৬৮
- চণ্ডীগড়ঃ ১৮১
- লাডাখঃ ৪২
- আন্দামান আৰু নিকোবৰঃ ৩৩
- চত্তীশগড়ঃ ৫৯
- ঝাৰখণ্ডঃ ১৬৩
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ ১
- মিজোৰামঃ ১
- মেঘালয়ঃ ১৩
- ছিকিমঃ ০ জন
- ত্ৰিপুৰাঃ ১৫২