New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- উত্তৰ পূবত দ্বিতীয়জন লোক কোৰোনা ভাইৰাছত আক্ৰান্তৰূপে চিনাক্ত।
- ৫০ বছৰীয়া এজন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
- জানিব পৰা মতে এই লোকজন হলেণ্ড ভ্ৰমণলৈ গৈছিল।
- পত্নী আৰু ২ পুত্ৰৰ সৈতে গৈছিল হলেণ্ড ভ্ৰমণলৈ।
- বৰ্তমান লোকজন জোৰাম মেডিকেল কলেজত ৰখা হৈছে।
- উল্লেখ্য যে, লোকজনৰ ঘৰ মিজোৰামত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us