উত্তৰ-পূব মুখ্য-পৃষ্ঠা অৰুণাচলত চিনাক্ত প্ৰথমজন কোৰোনাত আক্ৰান্ত লোক, নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল লোকজন… অৰুণাচলত চিনাক্ত প্ৰথমজন কোৰোনাত আক্ৰান্ত লোক, নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল লোকজন… asomiyapratidin 02 Apr 2020 10:05 IST Follow UsNew Updateঅৰুণাচলতো এজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।লোকজন গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ।চিকিৎসাৰ অন্তত তেওঁৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে।তেৱেই হৈছে কোৰোনাত আক্ৰান্ত অৰুণাচলৰ প্ৰথমজন লোক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক