New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/conrad-sangma.jpg)
- মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দেহত ধৰা পৰিছে কোভিড-১৯।
- তেওঁৰ দেহত কোভিডৰ কিছু লক্ষণ দেখিবলৈ পোৱা গৈছিল।
- তাৰ পিছতে কোভিড টেষ্ট কৰাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।
- বৰ্তমান হোম আইচ'লেশ্যনত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকী।
- টুইটাৰযোগে তেওঁ এই কথা সদৰী কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us