আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ মন্তব্য কনৰাড চাংমাৰ

ফাইল ফটো
ফাইল ফটো
  • আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ শনিবাৰে মন্তব্য কৰে এনপিপিৰ সভাপতি কনৰাড চাংমাই।
  • 'উত্তৰ–পূবত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব এনপিপিয়ে'।
  • 'বিজেপিৰ সৈতে এনপিপিয়ে কোনো নিৰ্বাচনী মিত্ৰতা নকৰে'।
  • 'উত্তৰ পূৰ্বক ক্ষতি কৰা সকলো কথাতে মাত মাতিব এনপিপিয়ে'।
  • 'সেইবাবেই এনপিপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কত মাত মাতিছিল'।
  • ইফালে মণিপুৰ-মেঘালয়ত বিজেপি-এপিপিৰ চৰকাৰ বাহাল থাকিব বুলিও মন্তব্য কৰে নেতাজনে।
  • ইয়াগ লগতে তুৰা সমষ্টিৰ পৰা আগাথা চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মন্তব্য কৰে কনৰাড চাংমাই।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in