মেঘালয়ৰ অবৈধ কয়লা খনিত পুনৰ অঘটন, ২ শ্ৰমিকৰ মৃত্যু

মেঘালয়ৰ অবৈধ কয়লা খনিত পুনৰ অঘটন, ২ শ্ৰমিকৰ মৃত্যু

author-image
asomiyapratidin
New Update
কয়লা খনিত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু শ্ৰমিকৰ

  • মেঘালয়ৰ অবৈধ কয়লা খনিত আকৌ অঘটন।
  • মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰত এটা অবৈধ কয়লা খনি খহি দুজন শ্ৰমিকৰ মৃত্যু।
  • শ্ৰমিক দুজনৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।
  • আনহাতে অন্য এটা কয়লা খনিৰ পৰা বিগত তিনি সপ্তাহ ধৰি আবদ্ধ হৈ আছে ১৩ শ্ৰমিক।
  • দেশৰ কেইবাটাও আগশাৰীৰ উদ্ধাৰকাৰীৰ দলেও উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিক কেইজনক।