উত্তৰ-পূব অৰুণাচলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ ৰেলী অৰুণাচলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ ৰেলী asomiyapratidin 03 Nov 2018 12:37 IST Follow UsNew Updateঅৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ অন্তৰ্গত চিমপু-হোলেঙীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ ৰেলী।দেশৰ বিভিন্ন প্ৰান্তৰ ৩৪ জন প্ৰতিযোগীৰ অংশগ্ৰহণ।ইটানগৰৰ চিমপুৰৰ পৰা অসম-অৰুণাচল সীমান্তৰ ৰাজগড়-হোলেঙীলৈকে এই ৰেলী।কাৰ ৰেলী চাবলৈ দৰ্শকৰ ভিৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক