নাগৰিকত্ব বিধেয়কক লৈ ফেচবুকত পোষ্ট দিয়া মণিপুৰৰ ছাত্ৰক দেশদ্ৰোহৰ অপৰাধত আটক

নাগৰিকত্ব বিধেয়কক লৈ ফেচবুকত পোষ্ট দিয়া মণিপুৰৰ ছাত্ৰক দেশদ্ৰোহৰ অপৰাধত আটক

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • দিল্লী আৰক্ষীয়ে কিছুদিনৰ পূৰ্বে আটক কৰিছিল এজন মণিপুৰৰ ছাত্ৰক।
  • মণিপুৰৰ ছাত্ৰজনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ফেচবুকত দিছিল এটা পোষ্ট।
  • দেশদ্ৰোহৰ অপৰাধত আটক কৰিছিল মণিপুৰৰ এই ছাত্ৰগৰাকীক।
  • দিল্লীৰ উচ্চ ন্যায়ালয়ে এই গোচৰৰ সন্দৰ্ভত আদালতত উপস্থিত থকা নিৰ্দেশ দিছে দিল্লী আৰক্ষীৰ তদন্তকাৰী বিষয়াক।