New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/manipur.jpg)
- মণিপুৰত ভোটগ্রহণৰ পূৰ্বে বিস্ফোৰণ।
- প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ পূৰ্বে সংঘটিত হ'ল বিস্ফোৰণ।
- ৰাজ্যখনৰ চুৰাচান্দপুৰত সংঘটিত হৈছে এই ঘটনা।
- বিস্ফোৰণত ৫জন আহত হোৱাৰ খবৰ লাভ কৰা হৈছে।
- বিগত ২০ ফেব্রুৱাৰীতো বিস্ফোৰণ সংঘটিত হৈছিল মণিপুৰত।
- মণিপুৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।
- ২৮ ফেব্রুৱাৰীত হ'ব প্রথম পৰ্যায়ৰ ভোটগ্রহণ।
- ১০ মাৰ্চত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ।
- নিৰ্বাচনৰ পূৰ্বে এইদৰে বিস্ফোৰণ হোৱা ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।