New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/conrad-k-sangma-1519461345-1520320524-1528033916.jpg)
- মেঘালয়ৰ শাসক দল এন পি পিয়ে মিত্ৰতা ভংগ কৰিব বিজেপিৰে।
- নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেই মিত্ৰতা ভংগৰ হুংকাৰ এনপিপিৰ।
- দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই হুংকাৰ।
- চাংমাৰ হুংকাৰৰ পাছতে গৃহমন্ত্ৰীৰ পুনৰ বৈঠকৰ আহ্বান।
- দিল্লীত অগপ নেতৃত্বৰে বৈঠকৰ অন্তত এই ঘোষণা কৰে কনৰাড চাংমাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us