ভোটগ্ৰহণ নৌহওতেই ফলাফল ওলাল অৰুণাচলত!

ভোটগ্ৰহণ নৌহওতেই ফলাফল ওলাল অৰুণাচলত!

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰৰ পুনেত বিধ্বংসী অগ্নিকাণ্ড

  • ভোটগ্ৰহণ নৌহওঁতেই ফলাফল ওলাল অৰুণাচলত।
  • দুই বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়।
  • আলো ইষ্টত জয়লাভ কৰিছে কেন্ট' জিনিয়ে।
  • ইয়াছুলি বিধানসভা সমষ্টিতো জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
  • প্ৰাৰ্থীগৰাকীৰ নাম টাবা টেডিৰ।
  • দুয়োটা সমষ্টিতে মনোনয়ন দাখিল কৰিছিল এজনকৈ প্ৰাৰ্থীয়ে।
  • আলো সমষ্টিৰ পূৰ্বৰ বিধায়ক আছিল জাৰকাৰ গামলিন।
  • পৰ্যটন বিভাগৰ মন্ত্ৰী আছিল গামলিন।
  • কিছুদিনৰ পূৰ্বে বিজেপি এৰি যোগ দিছিল এন পি পিত।
  • আজি আছিল মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন।
  • দুয়োটা সমষ্টিত দুই বিজপি প্ৰাৰ্থীৰ মনোনয়ন বৈধভাৱে গৃহীত হয়।
  • তাৰ পাছতেই এজন প্ৰাৰ্থী থকা বাবে দুয়োজনৰে বিজয় নিশ্চিত হ'ল।
  • ১১ এপ্ৰিলতে আছিল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন।
  • সেইদিনাই অনুষ্ঠিত হ'ব অৰুণাচলত লোকসভা নিৰ্বাচনো।