New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/GOLA.jpg)
- মিজোৰামত ৰহস্যজনক ভাবে মৃত্যু অসমৰ এজন লোকৰ।
- মাধুৰ্য ভূঞা নামৰ অসমৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয় আইজলৰ ভাড়াঘৰত।
- তেওঁৰ ঘৰ অসমৰ গোলাঘাট জিলাত।
- ভাড়াঘৰৰ দুৱাৰ ভাঙি চুবুৰীয়াই উদ্ধাৰ কৰে মাধুৰ্যৰ মৃতদেহ।
- ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ডিপাৰ্টমেন্টৰ কমচাৰী মাধুৰ্য ভূঞা।
- ল'ক ডাউনৰ সময়ত যুৱকজনৰ মৃতদেহ নিজ ঘৰলৈ আনিবলৈ সমস্যাত পৰিছে পৰিয়ালৰ লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us